The Definitive Guide to Assamese synonyms

অচলা, অজিতবল্লভা, ইন্দিৰা, কমলা, কমলালয়া, কমলাসনা, ক্ষীৰাব্ধিজা, জলনিধিজা, ধনদা, নাৰায়ণী, পদ্মা, পদ্মালয়া, পদ্মাসনা, ৰমা, লখিমী, লক্ষ্মী শতদলবাসিনী, শ্ৰী, সনাতনী, হৰিনেত্ৰনিৱাসিনী, হৰিপ্ৰিয়া৷

অভ্ৰভেদী, আকাশলংঘা, গগনচুম্বী, গগনস্পৰ্শী, পীনোন্নত৷

অপ্রকৃতিস্থ, উন্মত্ত, পগলা, পাগল, প্ৰমত্ত, প্রমদ, বলিয়া, বাতুল, বায়ুৰোগগ্ৰস্ত, বিকৃতমস্তিষ্ক, মতিচ্ছন্ন, মত্ত, ক্ষিপ্ত৷

অতুল, অতুলন, অতুলনীয়, অতুল্য, অদ্বিতীয়, অনন্য, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

গাই, গাভী, ধেনু, গাই গৰু, দোগ্ধী, গবী, দুহ্য, দুগ্ধৱতী, খীৰতী৷

অধোগামী, অধোনমিত, অধঃপতিত, অৱনমিত, নিম্নগামী৷

অঘোৰ, অদ্ৰিনাথ, অদ্ৰীশ, অনংগাৰি, অম্বিকানাথ, আশুতোষ, ইন্দুভূষণ, ইন্দুমৌলি, ঈশান, উমানন্দ, উমানাথ, উমাপতি, উমেশ, উৰগভূষণ, একনাথ, কন্দুকেশ্বৰ, কাশীনাথ, কাশীপতি, কাশীশ, কাশীশ্বৰ, কৃতজ্বৰ, কেদাৰ, কৈলাসপতি, খণ্ডপৰশু, গংগাধৰ, গিৰিজাকান্ত, গিৰীশ, গৌৰীনাথ, গৌৰীশ্বৰ, চন্দ্রচূড়, চন্দ্ৰশেখৰ, চন্দ্ৰিল, চেকিতান, জটাধাৰী, জটাধৰ, জল্পেশ্বৰ, জ্বালী, ডম্বৰুধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্ৰিনয়ন, ত্ৰিনাথ, ত্ৰিনেত্ৰ, ত্ৰিপুৰঘ্ন, ত্ৰিপুৰাৰি, ত্ৰিলোচন, ত্ৰিশূলধাৰী, ত্ৰিশূলী, দিগম্বৰ, দুৰ্গাধীশ, দুৰ্গাপতি, দুৰ্গেশ, দুৰ্গেশ্বৰ, দেৱাদিদেৱ, দেৱেশ, ধূৰ্জতি, নটশেখৰ, নটেশ্বৰ, নটৰাজ, নন্দ্যেশ্বৰ, নীলকণ্ঠ, নীলগ্ৰীৱ, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, get more info পুৰঞ্জিৎ, পুৰভিদ, পুৰমথন, পুৰুহৰ, প্রমথনাথ, প্ৰমথেশ, ফণীধৰ, ফণীভূষণ, বহিৰেতাঃ, বাণেশ্বৰ, বিভূতিভূষণ, বিল্বেশ্বৰ, বিশ্বনাথ, বিশ্বেশ্বৰ, বিৰূপাক্ষ, বীৰেশ্বৰ, বুঢ়াগোসাঁই, বৃষধ্বজ, বৃষভবাহন, ব্যোমকেশ, ভূতনাথ, ভূতভাৱন, ভৃংগেশ্বৰ৷ ভৈৰৱ, ভোলা, ভোলানাথ, ভৱ, ভৱানাপতি, ভৱানীকান্ত, ভৱেশ, মহাদেৱ, মহানট, মহেশ, মহেশ্বৰ, মাৰজিৎ, মৃগাংকমৌলি, মৃগাংকশেখৰ, মৃত্যুঞ্জয়, যোগীন্দ্ৰ, যোগেশ, যোগেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, শূলী, সতীন্দ্ৰ, সতীপতি, সতীশ, সিদ্ধদেৱ, সুৰেশ্বৰ, সোমনাথ, সোমেশ্বৰ, স্মৰজিৎ, হিংগুলেশ্বৰ, হিৰণ্যৰেতাঃ, হৰ, ৰামেশ্বৰ, ৰুদ্ৰ৷

অনশন, অনাহাৰ, অভক্ষণ, অভোজন, নিৰাহাৰ, নিশি পালন, বৰত, ব্ৰত, লঘোন৷

অদ্যপৰিমিত, অদ্যাৱধি, আজিলৈকে, এতিয়ালৈকে, সদ্যহতে৷

পুষ্পৱতী, মলিনী, ৰজস্বলা, সৰজাঃ, সৰজস্কা৷

অকল্যাণকৰ, অপকাৰী, অপকৃষ্ট, অশুভ, অসৎ, কদৰ্য, জঘন্য, নিকৃষ্ট, নীচ, নীহ, বেয়া, মন্দ, হীন৷

অসমা, অসমী, কামৰূপ, প্ৰাগজ্যোতিষপুৰ, বৰ অসম৷

অচেতন, অসাৰ, জড়, জ্ঞানশূন্য, বেহুঁচ, মূৰ্ছা যোৱা, মূৰ্ছিত, লাচাৰ, সংজ্ঞাহীন, হতচেতন৷

তেজৰ সম্বন্ধ, নাড়ীৰ সম্বন্ধ, সমধ, স্বজনতা, স্বজনত্ব৷

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15

Comments on “The Definitive Guide to Assamese synonyms”

Leave a Reply

Gravatar